গছ কাটিলে , মই জেঙ কৰিম-জুবিন গাৰ্গ

Date:

গুৱাহাটী ৩ নৱেম্বৰ: দীঘলীপুখুৰীৰ শতায়ু গৰকা গছ কাটি উৰণসেতু নিৰ্মাণৰ উদ্দেশ্যে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। যোৱা নিশা কণ্ঠশিল্পী জুবিন গাৰ্গ উপস্থিত হৈ প্ৰতিবাদী যুৱক-যুৱতী জ্যেষ্ঠ নাগৰিকৰ লগত প্ৰতিবাদী সংগীত পৰিৱেশন কৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে।
কণ্ঠশিল্পী গৰাকীয়ে কয় যে “উন্নয়ন নামত গছ কাটি পুখুৰী পুতি উৰণসেতু নিৰ্মান কৰিবলৈ চৰকাৰক দিয়া নহব। মোৰ কথা চৰকাৰে শুনিব লাগিব, যদি নুশুনে মই জেং কৰিম ।” লগতে চৰকাৰক সকীয়নী প্ৰদান কয় “মই প্রতিবাদ কৰা মানুহ নহয় কিন্তু মই যেতিয়া ওলাই আহোঁ মন্ত্রী-বিধায়কতকৈও মোৰ লগত বেছি মানুহ ওলাই আহিব।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...