দীপাৱলীৰ নিশা মহানগৰীত সংঘটিত ভয়ংকৰ পথ দুর্ঘটনা।

Date:

খানাপাৰাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই যুৱক-যুৱতীৰ পৰিচয় উদ্ধাৰ |

দীপাৱলীৰ নিশা মহানগৰীত সংঘটিত ভয়ংকৰ পথ দুর্ঘটনা। খানাপাৰাত ২খন স্ক’ৰপিঅ’ বাহনৰ মুখামুখি সংঘর্ষ। ঘটনাটোত থিতাতে নিহত ২।

দুৰ্ঘটনাত আহত যুৱতীগৰাকীৰ নাম নেহা বসুমতাৰী। মৃত্যু হোৱা কনামিকাৰ বয়স ১৯ বছৰ আৰু দীপিত দে’ৰ নাম ২২ বছৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...