নিউজ ডেস্কঃপাকিস্তানৰ বেলুচিস্তানৰ কুৱেট ৰেলৱে ষ্টেচনত বিস্ফোৰণত ২৪ জন নিহত, ৪০ জনৰো অধিক আহত ।পাকিস্তানৰ ডন নিউজে প্ৰকাশ কৰা অনুসৰি বিস্ফোৰণৰ সময়ত প্লেটফৰ্মৰ পৰা পেছাৱৰলৈ যাবলৈ ৰেলখন সাজু হৈছিল।পাকিস্তানৰ বেলুচিস্তানৰ কুৱেটা ৰেলৱে ষ্টেচনত শনিবাৰে সংঘটিত হোৱা বিস্ফোৰণৰ ফলত কমেও ২৪ জন লোকৰ মৃত্যু হয়, আৰু ৪০ জনতকৈ অধিক লোক আহত হয়। বিস্ফোৰণৰ সময়ত এখন ৰে’ল প্লেটফৰ্মৰ পৰা পেছাৱৰ অভিমুখে যাত্ৰা কৰিবলৈ সাজু আছিল বুলি সংবাদ সংস্থাটোবে প্ৰকাশ কৰিছে।
Home কুৱেট ৰেলৱে ষ্টেচনত বিস্ফোৰণত ২৪ জন নিহত,